Local, Vocal, Global

WATCH | Chapar News : দ্বিতীয় দিনাও আৰক্ষীৰ অভিযান অব্যাহত আছে পলায়ন কৰা আচামীক বিচাৰি

চাপৰ,১৭জুন : দ্বিতীয় দিনাও আৰক্ষীৰ অভিযান অব্যাহত আছে থানাৰ পৰা পলায়ন কৰা আচামীক বিচাৰি।

কোনো শুং সূত্ৰ নাই শালকোচা আৰক্ষী চকীৰ পৰা পলায়ন কৰা ছফিয়ৰ ৰহমানৰ(Chapar News)।

মঙলবাৰে সন্ধিয়াই পলায়ন কৰিছিল ছফিয়ৰ ৰহমান।

আৰক্ষীৰ গাফিলতিৰ কাৰণে আচামী পলাই যোৱাৰ অভিযোগ।

লগতে পঢ়ক :WATCH | Terrible road accident : নিয়ন্ত্ৰণ হেৰুৱাই খালত বাগৰি পৰিল বাইক;দুৰ্ঘটনাত নিহত দুজন,আহত দুজন