WATCH | Chapar News : চাপৰত নিৰ্বাচনী বিষয়াৰ নিৰ্দেশত আঁতৰালে বেনাৰ পোষ্টাৰ

চাপৰ,৩০এপ্ৰিল : চাপৰত নিৰ্বাচনী বিষয়াৰ নিৰ্দেশত আঁতৰালে বেনাৰ পোষ্টাৰ।
নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা প্ৰাৰ্থী সকলৰ বেনাৰ পোষ্টাৰ আঁতৰালে ফ্লাইং স্কোৱাডৰ দলে(Chapar News)।
১ নং ফলিমাৰী জিলা পৰিষদৰ অন্তৰ্গত বহলপুৰ,চৈবাৰী আদি বিভিন্ন স্থানত নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকলৰ নাম সম্বলিত পোষ্টাৰ, বেনাৰ ইত্যাদি আতৰাই পেলায় MODEL CODE OF CONDUCT চাই থকা ফ্লাইং স্কোৱাডৰ দলে।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক নিজ হাতে অংকন কৰা ছবি উপহাৰ দিলে দুই যুৱকে