WATCH | Chapar News : পেহেলগাম ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি চাপৰত গ্ৰেপ্তাৰ এজন যুৱক
চাপৰ,২৯এপ্ৰিল : পেহেলগাম ঘটনা সন্দৰ্ভত বিতৰ্কিত কমেন্ট কৰি চাপৰত গ্ৰেপ্তাৰ হ’ল এজন যুৱক।
যুৱকজন শিঙিমাৰী গাঁৱৰ মনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে।
সামজিক মাধ্যমত পেহেলগাম সন্দৰ্ভত মুখ্যমন্ত্ৰী ভাষণত দিয়া ভিডিঅ’ত বিতৰ্কিত কমেন্ট কৰিছিল যুৱকজনে(Chapar News)।
ইতিমধ্যে চাপৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে যুৱকজনক।
লগতে পঢ়ক : WATCH | Hajo News : মহানগৰীৰ হাতীগাঁওত হাজো আৰক্ষীৰ অভিযান