Local, Vocal, Global

WATCH | Chapar News : চাপৰৰ ৰঙামাটী গাওঁ পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ তুংগত

চাপৰ,২১এপ্ৰিল : চাপৰৰ ৰঙামাটী গাওঁ পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ তুংগত ।

আঞ্চলিক সদস্যা পদৰ কংগ্ৰেছ দলৰ মনোনীত প্রার্থী মনিৰা খাতুনৰ নিৰ্বাচনী প্ৰচাৰ ।

বিভিন্ন গাওঁ পঞ্চায়তৰ সমান্তৰাল কৈ ৪নং ৰঙামাটি গাওঁ পঞ্চায়তো তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ(Chapar News)।

ভোটাৰ সকলোক আকৰ্ষিত কৰি আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছে প্ৰাৰ্থী মনিৰা খাতুনে।

ৰঙামাটি গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা পদৰ প্ৰাৰ্থী মনিৰা খাতুনৰহৈ কংগ্রেছ কর্মীয়ে ঘৰে ঘৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ।

পঞ্চায়ত খনক দুৰ্নীতি মুক্ত কৰি সম উন্নয়নৰ প্ৰতিশ্ৰুতিৰে হাতৰ চিহ্নত ভোট দিবলৈ ভোটাৰ সকলোক বিনম্ৰভাবে অনুৰোধ জনাইছে প্ৰাৰ্থী মনিৰা খাতুনে।

লগতে পঢ়ক : WATCH | Nalbari News : সমাগত পঞ্চায়ত নিৰ্বাচন;ৰাজ্যজুৰি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হৈছে