WATCH | Chapar News : চাপৰৰ বহলপুৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন ৰঙালী বিহু
চাপৰ,১৪এপ্ৰিল : চাপৰৰ বহলপুৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন ৰঙালী বিহু ।
বহলপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনী আৰু বিষুৱা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰঙালী বিহু আৰু বিষুৱা।
প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পতোকা উত্তোলন আৰু লোক নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠিত শুভাৰম্ভণি(Chapar News)।
পিছত খেল ধেমালিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।
লগতে পঢ়ক : WATCH | Hajo News : গৰু বিহুৰ দিনা বাহাৰঘাটত ছাগলী চোৰকলৈ হাহাকাৰ