WATCH | Chapar News : চাপৰৰ আইৰমাৰী গাঁৱত নিশা চুৰিকাণ্ড

চাপৰ,৪এপ্ৰিল : চাপৰৰ আইৰমাৰী গাঁৱত নিশা চুৰিকাণ্ড ।
চোৰে লুটি নিলে নগদ দুই লাখ পঞ্চাছ হাজাৰ টকাসহ ৰূপৰ আ-অলংকাৰ।
জহিৰুল ইছলাম নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড(Chapar News)।
ধুবৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত আইৰমাৰী গাঁৱত নিশা সংঘটিত হয় এক চাঞ্চ্যলৰ চুৰিকাণ্ড।
ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি জহিৰুল ইছলামৰ ঘৰৰ পৰা দুই লাখ পঞ্চাছ হাজাৰ টকাসহ ৰূপৰ আ অলংকাৰ চুৰি কৰি লৈ যায়।
ঘটনা সংক্ৰান্তত ইতিমধ্যে চাপৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক : WATCH | AAMSU Protest Against WAQF BILL : ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিবাদ