WATCH | Chapar News : চাপৰত সাংবাদিকৰ প্ৰতিবাদ
চাপৰ,২৯মাৰ্চ : চাপৰত সাংবাদিকৰ প্ৰতিবাদ। মুখত কলা কাপোৰ বান্ধি সাব্যস্ত কৰে এই প্ৰতিবাদ। জেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে এটাৰ পিছত আনটো ভুৱা গোচৰ জাপি দি গ্ৰেপ্তাৰ কাৰ্যক তীব্ৰ ভাষাৰে ধিক্কাৰ আৰু গৰিহণা জনায় চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাৱৰ এই কাৰ্যসূচী(Chapar News)।
আৰক্ষীৰ এনে কাৰ্যৰ বিৰোধীতাৰে আৰু জেষ্ঠ সাংবাদিক গৰাকীক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীত সাংবাদিক সকলে মুখত কলা কাপোৰ বান্ধি ১ ঘন্টা মৌন প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক : WATCH | Pijush Hazarika : ‘এগৰাকী ব্যক্তি একেলগে সংবাদিক, উকিল আৰু ব্যৱসায়ী হব পাৰে নেকি?’