Local, Vocal, Global

WATCH | Chapar News : চাপৰ শান্তিপুৰত আটক তীৰ খেলৰ বুকিক

চাপৰ,২৮মাৰ্চ : চাপৰ শান্তিপুৰত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অভিযান চলাই আটক কৰে এজন তীৰ খেলৰ বুকিক(Chapar News)।

দীৰ্ঘদিনৰ পৰাই ব্যক্তিজনে চাপৰ বজাৰত অবৈধ তীৰ খেলৰ বেহা চলাই আছিল বুলি জানিব পৰা গৈছে।

ধৃত ব্যক্তিজন চাপৰ বিপুল দাস বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Death Of Wild Elephants : জাগীৰোডৰ নেলীৰ বেলতলাত বন্যহস্তীৰ কৰুণ মৃত্যু