WATCH | Chapar News : চাপৰত KMSS আৰু SMSS ৰ প্ৰতিবাদ
চাপৰ,২০মাৰ্চ : চাপৰত KMSS আৰু SMSS ৰ প্ৰতিবাদ।
পলিটেকনিক সমূহত পূৰ্বে অস্থায়ীভাৱে নিযুক্তি অংশকালীন প্ৰবক্তাসকলক পুনৰ সংস্থাপনৰ দাবীত এই প্ৰতিবাদ।
প্ৰবক্তা সকলক চাকৰি পৰা অব্যহতি দিয়া কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে(Chapar News)।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চাপৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।