WATCH | Chapar News : বিলাসী বাহনেৰে ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত ছাগলী চুৰি কৰা বাহন

চাপৰ,১৮মাৰ্চ : ধুবুৰী কোকৰাঝাৰ জিলাৰ সীমান্তবৰ্তী পুখুৰী পাৰা ২য় খণ্ড গাঁৱত ছাগলী চুৰিৰ ঘটনা ।
বিলাসী বাহনেৰে ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত ছাগলী চুৰি কৰা বাহন।
ৰাইজ অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ছাগলী চোৰ।
ছাগলী চোৰক নাপাই ৰাইজে বাহন খন ভাঙি চুৰমাৰ কৰে(Chapar News)।
অৱশেষত ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ বাহনখন আৰু ছাগলী জনী আৰক্ষী চকী লৈ আহে।
উল্লেখ্য যে পুখুৰী পাৰা ২য় খণ্ড গাঁৱৰ বাসিন্দা অজিৎ ৰায় নামৰ ব্যক্তি জনে নিজৰ ছাগলীজনী পথাৰত বান্ধি থৈ হাজিৰা কাম কৰিবলৈ ওলাই যায়।
পিছত AS-01-FV-2724 নম্বৰৰ FRONX বাহনেৰে পথাৰত বান্ধি দিয়া ছাগলী জনী চুৰি কৰিবলৈ লোৱাত ৰাইজে খেদি আহে।
ৰাইজ অহা দেখি ঘটনাস্থলীত গাড়ী থৈ পলায়ন কৰে।
ছাগলী চোৰক নাপাই ৰাইজে বাহন খন ভাঙি চুৰমাৰ কৰে।
অৱশেষত ঘটনা স্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ বাহন খন আৰু ছাগলী জনী আৰক্ষী চকীলৈ লৈ আহে।
লগতে পঢ়ক : WATCH : Dhemaji News : পুনৰ কংগ্ৰেছ কৰ্মীক আক্ৰমণ