WATCH | Chapar News : চাপৰত বিলাসীপাৰা জিলা বিজেপিৰ সংবাদ মেল
চাপৰ,১৫মাৰ্চ : চাপৰত বিলাসীপাৰা জিলা বিজেপিৰ সংবাদ মেল।
জনকল্যাণমুখী ৰাজ্যিক বাজেট ২০২৫-২৬ সন্দৰ্ভত চাপৰৰ বিজেপিৰ মণ্ডল কাৰ্যালয়ত বিলাসীপাৰা জিলা বিজেপিয়ে সংবাদমেল সম্বোধন কৰে।
জিলা সভাপতি দেৱজিৎ বৰকলিতা কয় যে অসমৰ সকলো স্তৰৰ ৰাইজৰ বাবে জনকল্যাণমুখী বাজেট প্ৰস্তুত কৰা বুলি উল্লেখ কৰে(Chapar News)।
উক্ত সংবাদ মেলত মণ্ডল বিজেপিৰ সভাপতি ধনঞ্জয় ৰায়সহ কেবাজনো জিলা বিজেপিৰ নেতা কৰ্মী উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Rangia News : পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন ১০৪ তম উত্তৰ ৰঙিয়া ৰাজহুৱা দৌলযাত্ৰা মহোৎসৱ