Local, Vocal, Global

WATCH | Chapar News: ৮ ঘন্টাৰ অন্তত মুকলি কংগ্ৰেছ কৰ্মীক

চাপৰ,২২ফেব্ৰুৱাৰী : চাপৰত ১২ জন কংগ্ৰেছ কৰ্মীক আটক।

চাপৰৰ আৰক্ষী থানাত আটক হোৱা ১২ জনকৈ যুৱ কংগ্ৰেছৰ নেতা কৰ্মীক ৮ ঘন্টাৰ অন্তত দণ্ডাধীশৰ উপস্থিতিত মুকলি কৰি দিয়ে(Chapar News)।

উল্লেখযোগ্য যে গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ওলাই আহিছিল কংগ্ৰেছ কৰ্মী সকল।

লগতে পঢ়ক:WATCH | Bhupen Kumar Borah: USTM ৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ খুলিলে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই