Local, Vocal, Global

Chandigarh-Dibrugarh Express derails in UP : উত্তৰ প্ৰদেশত ৰে’ল দুৰ্ঘটনা;বাগৰি পৰিল চাৰিটা এচি ডবা

নেশ্যনেল ডেস্ক,১৮জুলাই : পুনৰ দেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এইবাৰ উত্তৰ প্ৰদেশত ৰে’ল দুৰ্ঘটনা। চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় আহি থকা ৰে’ল দুৰ্ঘটনাত পতিত ।

চাৰিটা এচি ডবা লাইনচ্যুত হয় বাগৰি পৰে। ১৫৯০৪ ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লখনত পতিত হয় দুৰ্ঘটনাত। এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহিছে(Chandigarh-Dibrugarh Express derails in UP)।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : ৩ কোটি ৫০ লাখ টকাৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী