Local, Vocal, Global

WATCH | Cancer Patients Increasing in the State : ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা

নিউজ ডেস্ক,২০এপ্ৰিল : ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা।

অসমখন বেয়াকৈ আৱৰি ধৰিছে কৰ্কট ৰোগে।

কৰ্কট ৰোগৰ ফলত শেষ হৈ গৈছে একো একোটা পৰিয়াল(Cancer Patients Increasing in the State)।

হাস্পতালে হাস্পতালে ৰোগীৰ সংখ্যা বাঢ়িছে।

আয়ুস্মান ভাৰত কাৰ্ডৰ পৰা বহু লোক উপকৃত হৈছে।

কিন্তু ৫ লাখ টকাৰ ওপৰিও হোৱা আনুসংগিক খৰছে ঘৰখনেই নি:শেষ কৰিছে

কেৱল কৰ্কট ৰোগেই নহয়, বৃক্কত আক্ৰান্ত ৰোগীৰ সংখ্যাও বাঢ়িছে।

চৰকাৰে ইয়াৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া কৰিব লাগে।

অন্যথা অসম বেমাৰী ৰাজ্য হিচাপে পৰিণত হ’ব।

নলা-নৰ্দমাৰ প্ৰদূষিত পৰিৱেশ, শাক-পাচলিত ৰাসায়নিক দ্ৰব্যৰ বাবেও কৰ্কট আৰু বৃক্ক ৰোগ বাঢ়িছে।

বিধানসভাত এই উদ্বেগজনক তথ্য দাঙি ধৰিছিল বিধায়ক মৃণাল শইকীয়াই।

অসমত বন্ধ হ’ব পাৰে গুটখা-পান মচলা।

ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা।

লগতে পঢ়ক : WATCH | Asaduddin Owaisi : ‘বিজেপিয়ে কেৱল মুছলমানক টাৰ্গেট কৰি লৈছে’