Local, Vocal, Global

WATCH | Cachar News : কাছাৰৰ গুমড়া বজাৰ মছজিদৰ দান বাকচ চুৰি, চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

কাছাৰ,৬মে’ : কাছাৰত বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা। সোমবাৰে নিশা গুমড়া বজাৰৰ মছজিদৰ পৰা দান বাকচ চুৰি কৰি লৈ যায় । চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হয়(Cachar News)।

এই দৃশ্য মছজিদত লগোৱা চিচিটিভি কেমেৰাত বন্দী হৈছে। উক্ত ভিডিঅ’ ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চোৰজনক চিনাক্ত কৰিবলৈ মছজিদ সমিতিৰ পক্ষৰ পৰা জনসাধাৰণক সহায় কৰিবলৈ আহ্বান জনোৱা হৈছে।

লগতে পঢ়ক : WATCH | Nalbari News : নলবাৰীত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে ধন বিতৰণ কৰিবলৈ যোৱাৰ অভিযোগ