WATCH | Cachar News : চলন্ত অটোৰ ভিতৰত মহিলাৰ শ্লীলতাহানিৰ চেষ্টা

কাছাৰ,২৪এপ্ৰিল : কাছাৰৰ কালাইন লক্ষীপুৰত চলন্ত অটোৰ ভিতৰত মহিলাৰ শ্লীলতাহানিৰ চেষ্টা।
ফলত ৰাষ্ট্ৰীয় ঘাইপথত জাপ দি নিজকে ৰক্ষা কৰে মহিলাই(Cachar News)।
চলন্ত বাহনৰ পৰা জাপ দিয়াৰ ফলত মহিলাৰ মূৰ আৰু গাত গুৰুতৰ আঘাত পাই।
এই ঘটনাৰ পিছত হিলাল আহমদ নামৰ অটো চালক’ক আটক কৰে আৰক্ষীয়ে,বর্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।
লগতে পঢ়ক : WATCH | Lumding News : লামডিঙত নিশা সাংবাদিকৰ ওপৰত একাংশ দুৰ্বৃত্তৰ আক্ৰমণ