Local, Vocal, Global

WATCH | Cachar News : কাছাৰৰ কালাইন-শিলচৰ সংযোগী হাৰং দলং ভাঙি যোৱাৰ ফলত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা

কাছাৰ,১০জুন : কাছাৰৰ কালাইন-শিলচৰ সংযোগী হাৰং দলং ভাঙি যোৱাৰ ফলত যাতায়াত বন্ধ হৈ পৰিছে মালবাহী বাহনৰ।

শ শ লৰী ৰখাই দিয়া হৈছে কাছাৰৰ দিগৰখাল আৰক্ষী নাকা চেক গেটত(Cachar News)।

ট্ৰাক সমূহ আটক কৰাৰ বাবে বিপদত পৰিছে ট্ৰাক চালক।

বিশুদ্ধ খোৱাপানীকে ধৰি বিভিন্ন অসুবিধাৰ সম্মুখীন চালক সকল।

অতি সোনকালে মালবাহীবাহনৰ বিকল্প পথৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে চালকসকলে।

লগতে পঢ়ক : WATCH | Lurinjyoti Gogoi : শীঘ্ৰে জাতীয় পৰিষদত যোগদান কৰিব সাংসদ অজিত কুমাৰ ভূঞাই!