Local, Vocal, Global

Cachar hit-and-run tragedy : কাছাৰত হিট এণ্ড ৰানৰ ঘটনা

নিউজ ডেস্ক,১৮জুলাই : ৰাজ্যত পুনৰ হিট এণ্ড ৰানৰ ঘটনা । এইবাৰ কাছাৰত সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা ।

কাছাৰত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত স্কুটাৰ আৰোহী । মৃত স্কুটাৰ আৰোহীজন ৰতন ভৌমিক বুলি জানিব পৰা গৈছে। শিলচৰ বিমানবন্দৰ পথৰ ডুমৰঘাটত সংঘটিত হয় এই দুৰ্ঘটনাটো(Cachar hit-and-run tragedy) ।

জানিব পৰা মতে, বিপৰীত দিশেৰে অহা অচিনাক্ত বাহনে মটিয়াই নিয়ে যুৱকজনক । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত অভিযান আৰম্ভ কৰে ।

লগতে পঢ়ক : Japanese Encephalitis : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ