Bus falls into gorge Uttarakhand’s Pauri-Almora border :ভয়ংকৰ দুৰ্ঘটনা; ৩৬জনলৈ বৃদ্ধি নিহতৰ সংখ্যা
নিউজ ডেস্ক,৪নৱেম্বৰ : উত্তৰাখণ্ডত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি । ৩৬জনলৈ বৃদ্ধি নিহতৰ সংখ্যা। বৰ্তমানলৈ সন্ধানহীন হৈ আছে বহু যাত্ৰী।
উল্লেখ্য যে, উত্তৰাখণ্ডৰ আলমোৰাৰ মাৰ্চুলাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। কিনাথৰ পৰা ৰামনগৰ অভিমুখী যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিল দ খাঁৱৈত। ফলত মৃত্যু ৩৫গৰাকীকৈ যাত্ৰীৰ(Bus with over 35 passengers falls into gorge in Uttarakhand)।
এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ঘটনা সন্দৰ্ভত তদন্তৰ ঘোষণা কৰাৰ লগতে মৃতকৰ পৰিয়ালৈ ৪লাখ আৰু আহতৰ পৰিয়াললৈ ১লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। উক্ত ঘটনাটোক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰিবলৈ মুখ্য সচিবক নিৰ্দেশো প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।
লগতে পঢ়ক :Wild Elephant Body found :ৰাণীৰ পাহাৰত উদ্ধাৰ বন্যহস্তীৰ অৰ্ধগলিত মৃতদেহ