Local, Vocal, Global

Burmese Supari Seized in Guwahati : গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণ বাৰ্মিজ চুপাৰি

নিউজ ডেস্ক,১৬জুলাই : গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ চুপাৰি।

গুৱাহাটীৰ পল্টনবজাৰৰ কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ কৰে ১৬০ বস্তা চুপাৰি। GRP আৰু RPFৰ যুটীয়া অভিযানত জব্দ চুপাৰিখিনি(Burmese Supari Seized in Guwahati)।

জানিব পৰা মতে, ডিমাপুৰৰ পৰা কলকাতালৈ নিয়াৰ পৰিকল্পনা কৰিছিল চুপাৰিখিনি।

লগতে পঢ়ক : সামাজিক মাধ্যমত আল্লাহক লৈ অশ্লীল পোষ্ট যুৱকৰ