Brutal murder in Hajo: খুড়াকৰ ডিঙি কাটি হত্যা কৰিলে ভতিজাকে By MyNewsNE Desk On May 5, 2023 Brutal murder in Hajo Share এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে হাজো (Brutal murder incident in Hajo) হাজোৰ শনিয়াদিৰ বেল’গুৰিত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনাটো বৃহস্পতিবাৰে মাজনিশা সংঘটিত হয় নৃশংস হত্যাকাণ্ডটো ভতিজাকেই ডিঙি কাটি হত্যা কৰিলে নিজ খুড়াকক নিহত লোকজনৰ নাম আতাৰ আলী বুলি জানিব পৰা গৈছে Related Posts Assam | Doboka news: ডবকাত তিনি কোটি টকীয়া পকী নলা নিৰ্মাণ… Aug 31, 2025 Assam | Dumduma news: শ্ৰম মন্ত্ৰীৰ সমষ্টিত চাহ খেতিয়েকৰ… Aug 29, 2025 Watch | Gahpur news: গহপুৰৰ কলমৌগুৰিত নাবালিকা ধৰ্ষণকাৰীক… Aug 28, 2025 ঘটনাৰ লগত জড়িত অভিযুক্ত ভতিজাকৰ নাম আদাৰ আলী কোনো কাৰণ নোহোৱাকৈয়ে ভতিজাকে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ আক্ৰমণৰ সময়ত বাধা প্ৰদান কৰিবলৈ গৈ গুৰুতৰভাৱে আহত আন দুজন লোক আহত দুয়োকে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজি লোৱাৰ লগতে আৰম্ভ কৰিছে তদন্ত ইফালে হত্যাকাণ্ডটো সংঘটিত কৰিয়েই পলায়ন কৰিলে হত্যাকাৰী আদাৰ আলীয়ে Share FacebookTwitterReddItWhatsAppPinterestEmail