নুমলীগড়ত নৃশংস হত্যাকাণ্ড
নিউজ ডেস্ক, ১ জুলাই : বৃহস্পতিবাৰে নিশা অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ৰৰ মুৰফুলনি চাহ বাগিচাত সংঘটিত হৈছে এক নিসংশ হত্যাকাণ্ড।
খবৰ অনুসৰি, Kartik Gaur নামৰ যুৱকজনক তেওঁৰ তিনিজন বন্ধুৱে মোবাইল চুৰিৰ সন্দেহত হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।
আনহাতে, স্থানীয় আৰক্ষীয়ে অপৰাধটোৰ তথ্য লাভ কৰি তিনিওজনক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা যুৱক কেইজনক দীপ, দেৱৰুণ ভূঞা আৰু Rohit Tautit বুলি চিনাক্ত কৰা হৈছে।