Local, Vocal, Global

Brown Sugar Seized In Lumding : লামডিঙত জব্দ ব্ৰাউন চুগাৰ সহ দুই সৰবৰাহকাৰী

নিউজ ডেস্ক,২১অক্টোবৰ : লামডিঙত নিচাযুক্ত সামগ্ৰী বিৰুদ্ধে আৰক্ষীৰ অভিযান।লামডিঙৰ চহৰৰ সুভাচপল্লীত দেওবাৰে বিয়লি অভিযান আৰম্ভ কৰে আৰক্ষীয়ে।

অভিযানত ৪৫ গ্ৰাম ব্ৰাউন চুগাৰ সহ আটক দুই যুৱক(Brown Sugar Seized In Lumding)।

জানিব পৰা মতে, ৮৫ টা কন্টেইনাৰ জব্দ কৰে লামডিং আৰক্ষীয়ে।লগতে আটক কৰে লামডিং ইটাভট্টা চাৰিআলিৰ আব্দুল আলি আৰু জৰংদিচাৰ বিশাল পাল নামৰ লোক দুজনক ।পূৰ্বতেও আৰক্ষীয়ে এনকাউন্টাৰ কৰিছিল আব্দুল আলিক ।

জেলৰ পৰা ওলাই পুনৰ ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ জালত পৰিল আব্দুল আলি।

লগতে পঢ়ক :Fisherman found dead in Brahmaputra river : নদী এলেকাত চিপ লৈ উলমি থকা অৱস্থাত মাছমৰীয়াৰ মৃতদেহ