Local, Vocal, Global

Brother attempts to kill his own elder brother over property dispute : সম্পতিৰ লালসাৰ ভয়ংকৰ পৰিণতি;সম্পত্তিৰ বাবেই ভাতৃক হত্যাৰ চেষ্টা ককায়েকৰ

নগাঁও, ১৯মাৰ্চ : সম্পতিৰ লালসাৰ ভয়ংকৰ পৰিণতি। সম্পত্তিৰ বাবেই ভাতৃক হত্যাৰ চেষ্টা ককায়েকৰ(Brother attempts to kill his own elder brother over property dispute) ।

নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নগাঁৱৰ বেংগলীপট্টিত সম্পত্তিৰ বাবেই নিজ ভাতৃক বাহনেৰে খুন্দিয়াই হত্যাৰ চেষ্টা চলাই ককায়েকৰ। দীপক দাসে বাহনেৰে খুন্দিয়াই আহত কৰে শিশিৰ দাসক।

মটৰচাইকেলেৰে ঘৰলৈ গৈ থাকোতে গাড়ীৰে খুন্দিয়াই হত্যা অপচেষ্টা চলাই । দুৰ্ঘটনা সংঘটিত কৰি নগাঁও থানাত আত্মসমৰ্পণ কৰে দীপক দাসে(Brother attempts to kill his own elder brother over property dispute in Nagaon)।

লগতে পঢ়ক : Mizoram Police and Assam Rifles Seized Heroin : মিজোৰামত জব্দ বুজন পৰিমাণৰ হেৰ’ইন, জিলেটিন, ডিটনেটৰ আৰু বহু বিস্ফোৰক সামগ্ৰী