Local, Vocal, Global

WATCH | Bongaigaon News : অভয়াপুৰীত সংগ্ৰামী নেতা প্ৰয়াত ফনী মেধিৰ কুৰি সংখ্যক মৃত্যু বাৰ্ষিকী পালন

বঙাইগাঁও,৬জুন : বঙাইগাঁও জিলাৰ অভয়াপুৰীত পালন কৰা হয় সংগ্ৰামী নেতা প্ৰয়াত ফনী মেধিৰ কুৰি সংখ্যক মৃত্যু বাৰ্ষিকী।

অভয়াপুৰী মহাবিদ্যালয়ত উদযাপিত মৃত্যু বাৰ্ষিকীৰ কাৰ্যসূচী অনুসৰি প্ৰয়াত নেতাগৰাকীৰ আৱক্ষমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ পিছতে মাল্যাৰ্পন কৰা হয়(Bongaigaon News)।

লগতে পঢ়ক : WATCH | Jamugurihat News : শোণিতপুৰৰ চাৰিদুৱাৰত জব্দ সন্দেহযুক্ত ব্ৰাউন চুগাৰসহ হেৰ’ইন