Local, Vocal, Global

Bomb terror at ISBT:আই এছ বি টিত বোমাতংক

নিউজ ডেস্ক,২৬জানুৱাৰী : এইবাৰ আই এছ বি টিত বোমাতংক।

বোমা স্কোৱাডে চলাইছে অভিযান।

বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ( Bomb terror at ISBT)।

ফুটপাথত থকা এখন ঘুমটি দোকানত বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহ।

সন্দেহজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলীত অধিক নিৰাপত্তাৰক্ষী মোতায়েন।

ইফালে পুৱাৰ ভাগতে বেহাৰবাৰীত বিস্ফোৰিত হৈছিল ৰহস্যজনক বিস্ফোৰণ।

লগতে পঢ়ক :Mysterious Explosions Rock Guwahati:গুৱাহাটীত ৰহস্যজনক বিস্ফোৰণৰ শব্দ