Local, Vocal, Global

Bomb scare at City Centre of Guwahati : গুৱাহাটীৰ জি এছ ৰোডৰ চিটী চেণ্টাৰত বোমাতংক!

নিউজ ডেস্ক,১৯আগষ্ট : গুৱাহাটীৰ জি এছ ৰোডৰ চিটী চেণ্টাৰত বোমাতংক! বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় চিটী চেণ্টাৰত।

খালী কৰি দিয়া হৈছে ৮ মহলীয়া চিটীৰ চেণ্টাৰৰ বিল্ডিং। বন্ধ কৰি দিয়া হৈছে ছবিগৃহ। খালী কৰা হৈছে সকলো দোকান-পোহাৰ। সকলো গ্ৰাহকক বাহিৰলৈ ওলাই আহিবলৈ নিৰ্দেশ দিয়া হৈছে। মাইকযোগে চিটী চেণ্টাৰ কৰ্তৃপক্ষই সৃষ্টি কৰিছে সজাগতা(Bomb scare at City Centre of Guwahati)।

ঘটনাস্থলীত উপস্থিত আৰক্ষী-প্ৰশাসনৰ লোক ।অৱশ্যে এতিয়ালৈ ঘটনাৰ স্পষ্ট কাৰণ জানিব পৰা হোৱা নাই।

লগতে পঢ়ক :Tragic incident : টেকেলী বান্দৰৰ আক্ৰমণত মৃত্যু মহিলাৰ