Bomb blast at Manipur ministers residence : পৰিবহন মন্ত্ৰীৰ ঘৰত শক্তিশালী বোমা বিস্ফোৰণ
নিউজ ডেস্ক,১৫ছেপ্তেম্বৰ : অশান্ত মণিপুৰত শক্তিশালী বোমা বিস্ফোৰণ। পৰিবহণ তথা পশুপালন বিভাগৰ মন্ত্ৰীৰ বাসভৱনত বোমা বিস্ফোৰণ(Bomb blast at Manipur ministers residence)। মন্ত্ৰী খাছীম ভাচুমৰ উখৰুল জিলাৰ হামলেইখংস্থিত বাসভৱনত বিস্ফোৰণ। বিস্ফোৰণৰ সময়ত ঘৰত নাছিল মন্ত্ৰীগৰাকী। এই ঘটনাত হতাহত হোৱা নাই কোনো লোক। নাগা পিপ’লছ ফ্ৰণ্টৰ ছিংগাই সমষ্টিৰ বিধায়িক খাছীম ভাচুম(Bomb Blast at Manipur Minister’s Residence Escalates Tensions)।
উল্লেখ্য যে, হিংসাজৰ্জৰ মণিপুৰৰ পৰিস্থিতি অধিক অৱনিত ঘটিছে। ১০ ছেপ্টেম্বৰৰ বিয়লি ৩ বজাৰ পৰা ১৫ ছেপ্টেম্বৰলৈ কাৰ্যকৰী হোৱাকৈ ইণ্টাৰনেট কৰ্তন কৰাৰ নিৰ্দেশ এন বীৰেন সিং নেতৃত্বাধীন চৰকাৰখনৰ।
লগতে পঢ়ক : Corruption in Rice : বৰপেটাত বগা চাউলৰ ক’লা বেহা