Bollywood singer Anuradha Paudwal joins BJP : জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাধা পড়োৱালৰ বিজেপিত যোগদান

নিউজ ডেস্ক, ১৬ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহত দেখা গৈছে উত্থান পতন(Bollywood singer Anuradha Paudwal joins BJP) ।
এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাধা পড়োৱালৰ বিজেপিত যোগদান। দিল্লীৰ মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান অনুৰাধা পড়োৱালৰ।
বিজেপিত যোগদান কৰা উপলক্ষে অনুৰাধা পৌড়ৱালে কয়, ‘‘মই বহুত সুখী যে মই যিখন চৰকাৰৰ অন্তৰ্ভুক্ত হ’বলৈ গৈ আছো, সেইখন চৰকাৰৰ সনাতম ধৰ্মৰ সৈতে গভীৰ সম্পৰ্ক আছে। এয়া মোৰ বাবে সৌভাগ্যৰ কথা যে আজি বিজেপিত যোগদান কৰিছো(Bollywood singer Anuradha Paudwal joins BJP)।’’