Local, Vocal, Global

Boko Theft:বকোৰ ভালুকঘাটা সত্ৰত চুৰিকাণ্ড

বকো,১৬ফেব্ৰুৱাৰী : বকোৰ ভালুকঘাটা সত্ৰত চুৰিকাণ্ড।

কামৰূপ জিলাৰ বকোৰ সত্ৰত ভালুকঘাটা সত্ৰত চুৰিকাণ্ড। প্ৰৱেশদ্বাৰৰ তলা ভাঙি চুৰিকাণ্ড।তলা ভাঙি সত্ৰৰ দুযোৰ বৰতাল,ঘটি চুৰি। কেওলীয়া নামঘৰলৈ অহাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহে। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত(Boko Theft)।

উল্লেখ্য যে,বিগত দুদিনত বকোৰ ভালুকঘাটা আৰু ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰ এলেকাৰ বহুকেইঘৰতো সংঘটিত হৈছে চুৰিকাৰ্য।

লগতে পঢ়ক:Sonapur Gang Rape case : সোণাপুৰত পোহৰলৈ আহিছে দলবদ্ধ ধৰ্ষণৰ ঘটনা