Local, Vocal, Global

WATCH | Boko News : বকোৰ ৩৩ নং পূৱ বেকেলী গাঁও পঞ্চায়তৰ নিৰ্দলীয় প্রার্থী পুষ্প কুমাৰ দাসৰ বাইক ৰেলী

বকো,৫মে’ : বকোৰ ৩৩ নং পূৱ বেকেলী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ নিৰ্দলীয় প্রার্থী পুষ্প কুমাৰ দাসৰ বাইক ৰেলীৰে চমক সৃষ্টি কৰি নিৰ্বাচনী প্ৰচাৰ।

৭ মে’ত হবলগীয়া পঞ্চায়ত নিৰ্বাচন মাজত মাথো দুটা দিনহে বাকী। আজি আবেলি ৪ বজাৰ পৰা কৰিব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ(Boko News)।

এই লৈ ৩৩ নং পূৱ বেকেলী গাঁও পঞ্চায়তৰ এলেকাবৰত চলিছে নিৰ্বাচনী প্ৰচাৰৰ গৰম বতাহ। সভা-সমিতিৰ উপৰিও কৰিছে বাইক ৰেলী তথা শোভাযাত্ৰা।

উল্লেখ্য যে,৩৩ নং পূৱ বেকেলী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰতিদ্বন্দিতা কৰা নিৰ্দলীয় প্রার্থী পুষ্প কুমাৰ দাসৰ বাইক ৰেলীৰে চমক সৃষ্টি কৰে। সহস্ৰাধিক বাইক ৰেলীৰে আজি পঞ্চায়তৰ এলেকাত চলাইছে নিৰ্বাচনী প্ৰচাৰ।

লগতে পঢ়ক : WATCH | Dibrugarh News : ডিব্ৰুগড় উকীল সন্থাৰ উদ্যোগত ২ ঘন্টীয়া অৱস্থান ধর্মঘট