Local, Vocal, Global

Boko Fire:বকোৰ শনিবৰীযা বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

১৭ জানুৱাৰী,বকো :বকোৰ শনিবৰীযা বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত বজাৰখনৰ ৩খনকৈ চাহ দোকান।পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড
প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰায় ২.৩৪ বজাত সংঘটিত এই ঘটনা। নিশা অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়াৰ সন্দেহ স্থানীয় লোকৰ।জনোৱা মতে অগ্নিকাণ্ডৰ ফলত প্ৰায় ৬ লাখ টকাৰ সা-সামগ্ৰী বিনষ্টৰ লগতে বাচন বৰ্তনকে ধৰি বহু সা-সামগ্ৰী ভস্মীভূত হয়।