Local, Vocal, Global

WATCH | Bokajan News : প্ৰাক্তন সেনা জোৱানৰ পৰা উদ্ধা পইণ্ট টু টু পিষ্টল

বোকাজান,৪এপ্ৰিল : বোকাজানত উজনিমুৱা ইন্টাৰচিটি ৰেলত পইণ্ট টু টু পিষ্টলৰ গুলিসহ ৰে’ল আৰক্ষীৰ জালত প্ৰাক্তন সেনা জোৱান।

প্ৰাক্তন সেনা জোৱান গৰাকীৰ পৰা উদ্ধাৰ কৰা হৈছে এশ ৰাউণ্ড পইণ্ট টু টু(’22) পিষ্টলৰ গুলি।

ডিমাপুৰৰ পৰা তিনিচুকীয়াৰ লিডুলৈ ৰেলযোগে গৈ আছিল প্ৰাক্তন সেনা জোৱান নাওলি কন্যাক(Bokajan News)।

লগতে পঢ়ক : WATCH | Sipajhar News : ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰিটি মনি দাসৰ মঙলদৈৰ ভাড়া ঘৰত চি এম ভিজিলেঞ্চ