WATCH | Bohag Bihu 2025: আজি গৰু বিহু;ৰাজ্যত গৰু বিহুৰ ব্যাপক উছাহ
হাজো,১৪এপ্ৰিল : আজি গৰু বিহু। গৰু বিহু উপলক্ষে প্ৰতি গৰাকী চহা অসমীয়া কৃষকৰ মনত পাৰ ভঙা উছাহ।।
পৰম্পৰাগত ভাৱে গৰু ধুৱাই গৰু বিহু উদযাপন গাঁও বাসীৰ।লখিমী কৃষি গোটৰ উদ্যোগত অনুষ্ঠিত হৈছে এই কাৰ্যসূচী(Bohag Bihu 2025)।
শতাধিক পশুধনক কলাজল নদীত গা ধুৱাই পূজা অৰ্চনা কৃষকৰ।ৰাজ্যিক বি জে পিৰ কিষান মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই উপস্থিত হৈ গৰু ধুৱাই পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে।লাউ খা,,বেঙেনা খা,,বছৰি বছৰি বাঢ়ি যা ,,,,পাৰম্পৰিক প্ৰথাৰে পশুধন সমূহক নতুন পঘা বিহুৱান হিচাপে প্ৰদান কৰা হয়(Bohag Bihu 2025)।
লগতে পঢ়ক : WATCH | Panchayat Election 2025 : ৰাজ্যত পঞ্চায়তে পঞ্চায়তে নিৰ্বাচনৰ ৰণডংকা