Local, Vocal, Global

WATCH | Bohag Bihu 2025: উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত পালন ৰঙালী বিহু

উত্তৰ গুৱাহাটী,১৪এপ্ৰিল : আজি গৰু বিহু ।

প্ৰতিজন অসমীয়াৰ মন প্ৰাণ ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ।

ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত অসমৰ আকাশ বতাহ(Bohag Bihu 2025)।

বিহুক আদৰিবলৈ ৰাজ্য জুৰি ব্যাপক প্ৰস্তুতি ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীটো ৰঙালী বিহুৰ পাৰভঙা উছাহ ।

উত্তৰ গুৱাহাটী ছাত্ৰ সন্থা আৰু ৰুদ্ৰাক্ষৰ উদ্যোগত উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত পালন কৰা ৰঙালী বিহু।

লগতে পঢ়ক : WATCH | Bohag Bihu 2025: আজি গৰু বিহুৰ দিনা উৎসৱ মুখৰ পৰিবেশ সৃষ্টি যোৰহাটৰ ভোগদৈ নৈত