Local, Vocal, Global

WATCH | Bohag Bihu 2025: সন্মুখত হেঁপাহৰ ৰঙালী বিহু;ৰাজ্যৰ চৌদিশে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

উত্তৰ গুৱাহাটী,৬এপ্ৰিল : সন্মুখত হেঁপাহৰ ৰঙালী বিহু। ৰাজ্যৰ চৌদিশে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি।

ব্যস্ততা বাঢ়িছে শিল্পী সমাজৰ লগতে‌ বিহু দলসমূহৰ।সাজু হৈছে উত্তৰ গুৱাহাটীৰ মিলি-জুলি শিৱ ভৈৰৱী জেং বিহু দল।

লুইতৰ পাৰত শাহু বোৱাৰীয়ে একহৈ জে্ং বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে(Bohag Bihu 2025)।

তৃতীয় বাৰৰ বাবে বিহু পৰিবেশনৰ বাবে সাজু হৈছে এই জেং বিহুৰ দলটি।

পহিলা বহাগৰ পৰাই উত্তৰ গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন বিহু মঞ্চ কপাবৰ বাবে সাজু হৈছে দলটো ।

লগতে পঢ়ক : WATCH | Bad breath: মুখৰ দুৰ্গন্ধৰ কাৰণ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ পদ্ধতি জানি লওক