WATCH | Bohag Bihu : সমাগত বাপতি সাহোন ৰঙালী বিহু
ডিব্ৰুগড়,১৯মাৰ্চ : সমাগত বাপতি সাহোন ৰঙালী বিহু । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত বিহুৰ কৰ্মশালা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়ত বিষ্ণু-জ্যোতি এথলটিকছ ক্লাৱৰ উদ্যোগত বিহুনাচ কৰ্মশালা(Bohag Bihu)।
১৬ মাৰ্চৰ পৰা জাপিসজীয়া গাঁৱৰ ৰাজহুৱা খেলপথাৰত অব্যাহত আছে বিহুনাচৰ কৰ্মশালা। কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে বৰবিহুৱতী স্মিতা দাসে। কৰ্মশালা সামৰণি পৰিব ৩০ মাৰ্চত।