Dead body recovered : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক, ৩১অক্টোবৰ : গুৱাহাটীৰ জালুকবাৰীত চাঞ্চল্যকৰ ঘটনা । পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ(Dead body recovered) ।
মঙলবাৰে জালুকবাৰীৰ সদিলাপুৰত উদ্ধাৰ কৰা হয় এটি অৰ্ধগলিত মৃতদেহ। ব্রহ্মপুত্র নৈৰ সমীপতে উদ্ধাৰ কৰা হৈছে মৃতদেহটো।
ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী((Dead body recovered)।
আৰক্ষীয়ে কোনো লোকে হত্যা কৰি মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে । মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মৃতদেহৰ মৰোণোত্তৰ পৰীক্ষাৰ পিছতহে আৰু অধিক তথ্য পোহৰলৈ আহিব। বৰ্তমানলৈ মৃতদেহটো চিনাক্ত হোৱা নাই( body recovered in Guwahati) ।
লগতে পঢ়ক : Dead body recovered : উজান বজাৰৰ শিৱৰাম পথত উদ্ধাৰ মৃতদেহ