Local, Vocal, Global

ৰাজ্যত পুনৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২১ জুন : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে প্ৰলয়ংকৰী বান। অপৰিৱৰ্তিত বান পৰিস্থিতিৰ মাজত বিভিন্ন স্থানৰ পৰা বাঢ়নী পানীত পৰি মৃত্যু হোৱা খবৰে স্থান লাভ কৰে।

আজি পুনৰ নলবাৰীৰ বৰভাগৰ ৰণাকুছিত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ।

উল্লেখযোগ্য যে, মণ্টু বৈশ্য বুলি চিনাক্ত কৰা লোকজন বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল।