Body of young woman found: প্ৰেমিকৰ কোঠাত উদ্ধাৰ যুৱতীৰ মৃতদেহ
নিউজ ডেস্ক,২৭জানুৱাৰী : পুনৰ মহানগৰীত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ(Body of young woman found)।
এইবাৰ মহানগৰীৰ চানমাৰিত উদ্ধাৰ যুৱতীৰ মৃতদেহ।
প্ৰেমিকৰ কোঠাত উদ্ধাৰ এগৰকী যুৱতীৰ মৃতদেহ ।
উদ্ধাৰ হোৱা মৃতদেহটো ধেমাজিৰ জম্মেশ্বৰী বসুমতাৰী বুলি চিনাক্ত(Body of young woman found in Guwahati)।
জম্মেশ্বৰী বসুমতাৰীৰ প্ৰেমিক ইন্দ্ৰজিৎ পাইটক আটক আৰক্ষীৰ।
ঘটনা সন্দৰ্ভত অধিত তথ্যৰ বাবে আৰক্ষীৰ তদন্ত আৰম্ভ ।