Body Found Inside Garage : অত্যধিক ড্ৰাগছ সেৱন কৰি মৃত্য়ু যুৱকৰ

নিউজ ডেস্ক,২০আগষ্ট : ৰাজ্যত পুনৰ অত্যধিক ড্ৰাগছ সেৱন কৰি মৃত্য়ু যুৱকৰ(Body Found Inside Garage) ।
গুৱাহাটীত মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাৰ। মহানগৰীৰ চচলৰ আমতলত উদ্ধাৰ অজিত বৰ্মনৰ মৃতদেহ । আব্দুল গেৰেজত উদ্ধাৰ হয় মৃতদেহটো(Body Found Inside Garage In Guwahati)।
অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি চচলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি আছে ।
লগতে পঢ়ক : Man allegedly kills wife : পত্নীক ডিঙি কাটি হত্যা মানসিক বিকাৰগ্ৰস্ত স্বামীৰ