Local, Vocal, Global

Boat collision in Bilasipara: অৱশেষত উদ্ধাৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট শিশুৰ মৃতদেহ

নিউজ ডেস্ক,২৭অক্টোবৰ : অৱশেষত উদ্ধাৰ বিলাসীপাৰাৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট শিশুৰ মৃতদেহ। টিপকাই নৈৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ।

তিনিবছৰীয়া নুৰ আকতাৰাৰ মৃতদেহ উদ্ধাৰ । স্থানীয় লোকৰ অভিযানত উদ্ধাৰ মৃতদেহটো(Boat collision in Bilasipara)।

মৃতদেহ উদ্ধাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পঢ়ক :Stampede at Mumbai’s Bandra train station :মুম্বাইৰ বান্দ্ৰা টাৰ্মিনাছ ষ্টেশ্যনত অঘটন;পদপিষ্ট হৈ আহত ৯জন