Boat collision in Bilasipara :৩খনকৈ নাওৰ মাজত মুখামুখি সংঘৰ্ষ;সন্ধানহীন শিশু
বিলাসীপাৰা,২৭অক্টোবৰ : পশ্চিম বিলাসীপাৰাৰ কাউনবাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা।
ব্ৰহ্মপুত্ৰৰ নৈত সংঘটিত হয় এই নাও দুৰ্ঘটনাটো(Boat collision in Bilasipara)।
ব্ৰহ্মপুত্ৰৰ নৈত ৩খনকৈ নাওৰ মাজত মুখামুখী সংঘৰ্ষ হয়।নায়েৰ আলগা পৰা ইজ্ঞিন চলিত নাওৰে বিয়া কৰিবলৈ যাওঁতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।এই দুৰ্ঘটনাৰ ফলত
তিনিজন শিশু সন্ধানহীন হয়।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে SDRF বাহনী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।
লগতে পঢ়ক :Road Accident in Udalguri: শোকাৱহ দুৰ্ঘটনা;নিহত পথচাৰী