BJP veteran Lal Krishna Advani admitted to hospital:পুনৰ অসুস্থ বিজেপিৰ জ্যেষ্ঠ নেতা তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানী

নিউজ ডেস্ক,১৪ডিচেম্বৰ : পুনৰ অসুস্থ বিজেপিৰ জ্যেষ্ঠ নেতা তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানী। স্বাস্থ্যৰ অৱনতি ঘটাত দিল্লীৰ এপল’ হাস্পতালত ভৰ্তি বিজেপিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীক(BJP veteran Lal Krishna Advani admitted to hospital)।
৯৭ বছৰীয়া প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰ্ধক্য সম্পৰ্কীয় স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকা বুলি জানিব পৰা গৈছে, আৰু শুকুৰবাৰে সন্ধিয়া তেওঁ অস্বস্তিৰ অনুভৱ কৰিছিল,তাৰ পিছত তেওঁক এপ’ল’ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
লগতে পঢ়ক :Sensational incident:মাটি ভৰ্তি ট্ৰেক্টৰৰ খুন্দাত ১২ বছৰীয়া শিশুৰ মৃত্যু