Local, Vocal, Global

BJP National President JP Nadda resigns as Rajya Sabha MP : হিমাচলৰ ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ

নেশ্যনেল ডেস্ক, ৫ মাৰ্চ : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ জে পি নাড্ডাই সোমবাৰে হিমাচল প্ৰদেশৰ ৰাজ্যসভাৰ সাংসদ পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে । ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ক তেওঁ পদত্যাগ পত্ৰ প্ৰদান কৰে । ৰাজ্যসভাই অধ্যক্ষই মানি লৈছে পদত্যাগ(BJP National President JP Nadda resigns as Rajya Sabha MP) ।

ৰাজ্যসভাৰ এক চৰকাৰী বিবৃতি অনুসৰি হিমাচল প্ৰদেশ ৰাজ্যক প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য জগত প্ৰকাশ নাড্ডাই তেওঁৰ আসনৰ পৰা পদত্যাগ কৰে আৰু সোমবাৰে তেওঁৰ পদত্যাগ ৰাজ্যসভাৰ অধ্যক্ষই গ্ৰহণ কৰে । উল্লেখ্য যে শেহতীয়াকৈ জে পি নাড্ডা গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে(BJP chief JP Nadda resigns as Rajya Sabha member from Himachal) । জানিব পৰা মতে তেওঁ গুজৰাটৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈ থাকিব(BJP chief Nadda resigns as Rajya Sabha MP from Himachal) ।

লগতে পঢ়ক : Terrible Road Accident in Guwahati : সোমবাৰে নিশা মহানগৰীৰ ABC পইণ্টত ভয়ংকৰ পথ দুৰ্ঘটনা