Local, Vocal, Global

BJP Leader Shot Dead Over Land Dispute : পাটনাত বিজেপি নেতাক গুলীয়াই হত্যা

নিউজ ডেস্ক,১৪আগষ্ট : পাটনাত বিজেপি নেতাক গুলীয়াই হত্যা।

দুৰ্বৃত্তৰ গুলীত নিহত বিজেপি নেতা অজয় শ্বাহ(BJP Leader Shot Dead Over Land Dispute)।

নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

লগতে পঢ়ক : Sensational Incident : সোণাৰিত বাঢ়নী পানীত পৰি মৃত্যু এজনৰ