BJP leader quits party : বিজেপি ত্যাগ কৰাৰ দিশে ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ

নিউজ ডেস্ক,২২জুলাই : যোৰহাট জিলা বিজেপিত বিসংগতি। এইবাৰ বিজেপি ত্যাগ কৰাৰ দিশে ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ।
জানিব পৰা মতে, দুই-এদিনতে চূড়ান্ত সিদ্ধান্ত ল’ব ঈশ্বৰ প্ৰসন্ন বৰদলৈ। বৰ্তমানে বৰদলৈ বিজেপিৰ ৰাজ্যিক বাণিজ্য কোষৰ সহ-আহ্বায়ক( BJP leader quit BJP)।
যোৰহাট জিলাৰ প্ৰাক্তন সাঃ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ।
লগতে পঢ়ক : Unidentified Body Found in Goalpara : পৰিত্যক্ত অৱস্থাত উদ্ধাৰ অচিনাক্ত যুৱতীৰ মৃতদেহ