BJP Leader Found Dead in Charaideo : চৰাইদেউত বিজেপি নেতাক হত্যা

নিউজ ডেস্ক,১৩আগষ্ট : চৰাইদেউত বিজেপি নেতাক হত্যা । বৰহাট চাহ মৰ্চাৰ সভাপতি কাৰ্তিক ওৰাঙৰ মৃতদেহ উদ্ধাৰ(BJP Leader Found Dead in Charaideo) ।
নিচাজান নৈত উদ্ধাৰ কাৰ্তিক ওৰাঙৰ মৃতদেহ । সোমবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছিল কাৰ্তিক ।
শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চিন । পৰিকল্পিত হতাকাণ্ডৰ অভিযোগ যুৱ মৰ্চাৰ(BJP Leader Found Dead in Charaideo)।
লগতে পঢ়ক : Massive fire breaks out in Barpeta : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ২কোটি টকাৰ সামগ্ৰীৰ