Local, Vocal, Global

WATCH | BJP Celebrates 46th Foundation Day : ধেমাজি সদৰত অৱস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত দলৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ধেমাজি,৬এপ্ৰিল : আজি বিজেপিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। ধেমাজি সদৰত অৱস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত দলৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

উক্ত অনুষ্ঠানত পুৱা পতাকা উত্তোলন,কৰা লগতে বিয়োগ হোৱা দলৰ জ্যেষ্ঠ নেতা স্মৰণ কৰা লগতে মুকলি সভা অনুষ্ঠিত কৰা হয়।

মুকলি সভাত ৰাষ্ট্ৰীয় দলটো আদৰ্শ ৰীতি নীতি বিষয় আলোচনা কৰা লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় । লগতে আগন্তুক দিনত ৪৬ সংখ্যক বছৰ গৰকা ৰাষ্ট্ৰীয় দলটো ৰাইজৰ হকে কৰিবলগীয়া কৰণীয় কামৰ সন্দৰ্ভত আলোচনা কৰা হয়(BJP Celebrates 46th Foundation Day)।

আজি উক্ত অনুষ্ঠানত জিলা বিজেপি সভানেত্ৰী ৰূপা কামানৰ লগতে জিলা সমিতিৰ মণ্ডল সমিতিৰ, বুথ সমিতিৰ বিষয় ববিয়া ববিয়া সকল উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | Fake gold smuggler detained : শোণিতপুৰৰ গুদামঘাটত আটক দুই নকল সোণৰ সৰবৰাহকাৰীক