WATCH | Biswanath News : বিশ্বনাথত ভাৰতীয় বীৰ সৈনিক সকলৰ বিজয় আৰু দীৰ্ঘায়ু কামনাৰে বন্তি প্ৰজ্জ্বলন
বিশ্বনাথ,১১মে’ : বিশ্বনাথত ৱাৰিৱৰ্চৰ উদ্যোগত বীণাপাণি নাট্য মন্দিৰৰ সমীপত ভাৰতীয় বীৰ সৈনিক সকলৰ বিজয় আৰু দীৰ্ঘায়ু কামনাৰে বন্তি প্ৰজ্জ্বলন ৷ উৎপল শিৱম নামৰ এগৰাকী লোকে সৈনিকৰ বাবে ৫০ হাজাৰ টকা আগবঢ়াই(Biswanath News)৷
উক্ত কাৰ্যসূচীত বিশ্বনাথৰ দল সংগঠন আৰু গণ্যমান্য ব্যক্তিৰ লগতে বিশ্বনাথৰ ৰাইজ উপস্থিত থাকে ৷